Sale!

UGC NET Syllabus of Assamese (Code:36)

Original price was: ₹20.00.Current price is: ₹0.00.

This is the downloadable UGC NET Syllabus of Assamese.

Quick Checkout

Description

এই পাঠ্যক্ৰমত অধ্যয়নৰ বাবে বিষয়সমূহক দহটা গোটত বিভক্ত কৰা হৈছে। তাৰ ভিতৰত অসমীয়া লোক-সাহিত্য, প্রকাৰ আৰু বৈশিষ্ট্য আৰু অন্ন্যন্য বিষয়। তলৰ বিষয় সমূহো অন্তৰ্ভুক্ত: a. মালিতা : ফুলকোঁৱৰৰ গীত, মণিকোঁৱৰৰ গীত, জনাগাভৰুৰ গীত, বদন বৰফুকনৰ গীত, কন্যা বাৰমাহীৰ গীত। c. অসমীয়া লোকগীত : আইনাম, ওমলা গীত, বিয়ানাম, বিহুনাম, গোৱালপাৰীয়া লোকগীত। d. সাধুকথা, ফকৰা-যোজনা, প্রবাদ-প্রবচন।

Reviews

There are no reviews yet.

Only logged in customers who have purchased this product may leave a review.